tensile strength (English) [ IPA: ˈtensəl ˈstreŋ(k)θ ASM: টেনচাইল ষ্ট্ৰেংথ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-06
1. Physics(Abstract Noun) a measure of the ability of a material to withstand a longitudinal stress, expressed as the greatest stress that the material can stand without breaking কোনো বস্তুৰ দৈৰ্ঘ্যচাপ সহ্য কৰিব পৰা গুণৰ জোখ, বস্তুটোৱে ভাগি নোযোৱাকৈ সহ্য কৰিব পৰা সৰ্ব্বোচ্চ চাপ
English:
Assamese: